স্বয়ংক্ৰিয় গাড়ীস্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ
স্বয়ংক্ৰিয় বাহন (Assamese) [ Roman: swo.yong.kri.yo ba.hon]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-10
English: autonomous car, driverless car, self-driving car,
Assamese: চালকবিহীন গাড়ী, স্বয়ংক্ৰিয় গাড়ী, স্বয়ংক্ৰিয় বাহন, স্বয়ংচালিত গাড়ী
স্বয়ংক্ৰিয় বাহন (Assamese) [ Roman: swo.yong.kri.yo ba.hon]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-10
1. Technology-Engineering(Material Noun-Neuter) A new technology where a car is driven by a computer with artificial intelligence and a number of sensors like camera, radar etc. এক নতুন প্ৰযুক্তি য’ত এটা কৃত্ৰিম বুদ্ধিমত্তা থকা পৰিকলন যন্ত্ৰই কেমেৰা,ৰাডাৰ আদি বিভিন্ন সংবেদকৰ সহায়ত মানুহৰ সহায় নোবোৱাকৈ এখন গাড়ী চলাব পাৰে৷
Assamese: চালকবিহীন গাড়ী, স্বয়ংক্ৰিয় গাড়ী, স্বয়ংক্ৰিয় বাহন, স্বয়ংচালিত গাড়ী